Friday, 21 September 2018

------ অব্যক্ত ------

------ অব্যক্ত ------

জীৱনৰ এনে কিছু প্ৰশ্ন থাকে
যাৰ কোনো উত্তৰ নাথাকে ।
জীৱনৰ এনে কিছু সমস্যা থাকে
যাৰ কোনো সমিধান নাই ।
জীৱনত এনে কিছু ভুল হয়
যাৰ কেতিয়াও শুধৰণি নহয় ।
জীৱনত এনে কিছু দুখ থাকে
যাক কাৰো আগত ব্যক্ত কৰিব নোৱাৰি ।