navajyoti gogoi
Tuesday, 4 October 2022
Sunday, 24 February 2019
Friday, 21 September 2018
------ āĻ āĻŦ্āϝāĻ্āϤ ------
āĻীā§ąāύ⧰ āĻāύে āĻিāĻু āĻĒ্ā§°āĻļ্āύ āĻĨাāĻে
āϝাā§° āĻোāύো āĻāϤ্āϤ⧰ āύাāĻĨাāĻে ।
āĻীā§ąāύ⧰ āĻāύে āĻিāĻু āϏāĻŽāϏ্āϝা āĻĨাāĻে
āϝাā§° āĻোāύো āϏāĻŽিāϧাāύ āύাāĻ ।
āĻীā§ąāύāϤ āĻāύে āĻিāĻু āĻুāϞ āĻšāϝ়
āϝাā§° āĻেāϤিāϝ়াāĻ āĻļুāϧ⧰āĻŖি āύāĻšāϝ় ।
āĻীā§ąāύāϤ āĻāύে āĻিāĻু āĻĻুāĻ āĻĨাāĻে
āϝাāĻ āĻাā§°ো āĻāĻāϤ āĻŦ্āϝāĻ্āϤ āĻā§°িāĻŦ āύোā§ąাā§°ি ।
Sunday, 10 September 2017
Monday, 28 August 2017
-----"āĻŦāύ্āϧুāϤ্āĻŦā§° āĻĒ্ā§°েāĻŽ"-----
-----"বন্ধুত্বৰ প্ৰেম"-----
এক নিস্বাৰ্থ প্ৰেম,
আন্তৰিকতা ৷
বিশ্বাসৰ এনাজৰীৰে বন্ধা ৷
দুটি প্ৰাণ,দুখন হূদয়
তথাপি যেন একেটি মন ৷
দূৰে দূৰে থাকিও অনুভৱ,
কাষতেই সদায় ৷
হিয়া উজাৰি প্ৰকাশ হয়,
সময়ে সময়ে ৷
মই তোমাৰ,তুমি মোৰ
"বন্ধু" ৷
ভাষাৰে বুজাব নোৱাৰা,
আমাৰ এই সম্পৰ্ক ৷
দূখত দূখী,সুখত সুখী হৈ
প্ৰাণভৰি জিৰাওঁ বন্ধুত্বৰ পঁজাত ৷
তোমাৰ বিনে যেন প্ৰতিপল মোৰ,
কিবা উকা উকা ৷
খং-অভিমান বোৰ যে আমাৰ,
ভাতৰ লগত পানী খোৱা ৷
তোমাৰ কাষত মই ,
সৰ্বসাহসী হওঁ ৷
দূখৰ হিমালয় ও,
নিমিষতে পাৰ হওঁ ৷
যুগে যুগে বিচাৰো সেয়ে,,
তোমাকেই মোৰ সখি প্ৰাণৰ ৷
প্ৰতিটো জনম কটাম ,
তোমাৰেই সানিধ্যত ৷
নিভাঁজ "বন্ধুত্বৰ প্ৰেম"ৰে ৷৷
Friday, 25 August 2017
[ āĻāĻĒāĻĻেāĻļ ]
উপদেশ________যদি অসমাপ্ত আবেলি আৰু দীঘলীয়া ৰাতিৰ মাজৰ পাৰ্থক্যই বুজি নোপোৱা তেনেহলে তুমি কেতিয়াও কাৰোবাক ভাল পাবলৈ নাযাবা ।যদি পথৰ ওপৰত সৰি পৰা নিয়ৰসনা শেৱালীৰ ওপৰত ভৰিৰ গচক পেলাব পাৰা তেনেহলে তুমি কেতিয়াও কাৰোবাক ভাল পাব নিবিচাৰিবা ।যদি বুকুৰ মাজত জাগি উঠাপুৰণি দুখ -বেদনা বোৰক এক নিশ্বাসত দমাব নোৱাৰা তেনেহলে তুমি কেতিয়াও কোনো নাৰীক কিম্বা কোনো নদীক কোনো অৰণ্যক কিম্বা কোনো পাহাৰক ভাল পাবলৈ চেষ্টা নকৰিবা ।
āĻŦিāĻļ্āĻŦাāϏ--------�
বিশ্বাস--------�বিশ্বাস এটা সৰু শব্দযাক উচ্চাৰণ কৰোতে সময় লাগে কেৱল এক চেকেণ্ড ,যাক ভাবি চাবলৈ সময় লাগে কেৱল এক মিনিট ,যাক বুজি পাবলৈ সময় লাগে কেৱ্ল কেইটামান দিন ,কিন্তু তাক প্ৰমাণ দিবলৈসময় লাগে গোটেই জীৱন ।





